(২১) “অপেছাদাৰীসকলে গণিত জগতলৈ সাৰ্থক অৱদান আগবঢ়াব নোৱৰাৰ কোনো কাৰণ নাই। অতীতত এই ঘটনা বহুবাৰ ঘটি গৈছে, আৰু মই বৰ্তমানৰো এনে বহুতো উদাহৰণ জানো। ব্যক্তিগতভাৱে বহু পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰিবলৈ মোৰ সময় নাই, কিন্তু মই বিচাৰিছো যে ইয়াত মই কেইটামান সাধাৰণ পৰামৰ্শ আগবঢ়াম। মই সেইসকলক...

(১১) “ৰূপকথাবোৰক ৰূপকথা হিচাপেই শিকোৱা উচিত, পৌৰাণিক কথাবোৰক পৌৰাণিক কথা হিচাপে, আৰু ৰহস্য-কথাবোৰক কাব্যিক কল্পনা হিচাপে। কুসংস্কাৰ-অন্ধবিশ্বাসবোৰক সত্য বুলি শিকোৱাটো এটা অতি ভয়ানক কথা। শিশু-মনে সেইবোৰ গ্ৰহণ কৰি লয় আৰু সত্য বুলি তেওঁলোকে বিশ্বাস কৰিবলৈ লয়। আৰু মাথোঁ বিৰাট কষ্ট আৰু হয়তো পৰিহাসৰ অন্তত বহু বছৰৰ...

আমাৰ এই সময়ৰ আটাইতকৈ বিস্ময়কৰ গণিতজ্ঞজন কোন বুলি সুধিলে ‘টেৰেন্স টাও’ বুলি সততে কোৱা হয়। তেওঁৰ দৰে প্রতিভা পুনৰ পাবলৈ পৃথিৱীয়ে কেইবা শতিকা অপেক্ষা কৰিবলগীয়া হয়। তেওঁক কোৱা হয় ‘গণিতৰ মোৎজার্ট’ বুলি। আমাৰ এ আৰ ৰহমানৰ সংগীত প্রতিভাৰ কথা আলোচনা কৰোঁতেও কেতিয়াবা মোৎজার্টৰ নাম লোৱা...

“I hope everyone will have the courage to bravely do what they love.” — Hong Wang যোৱা মাৰ্চ মাহত মই এটা এআই (AI) সঁজুলিত সুধিছিলোঁ যে ২০২৬ ত ফিল্ড্‌ছ্‌ মেডেল কোনে কোনে পাব পাৰে। মই চাব বিচাৰিছিলোঁ, এআইয়ে কিমান শুদ্ধ অনুমান কৰিব পাৰিছে পাছত পৰীক্ষা কৰি চাম।...

“A beautiful mind” বুলি পৰিচিত গণিতজ্ঞ জন নাশ্বৰ পিএইছডি ডিগ্ৰীৰ থেচিছখন মাথোঁ ৩২ পৃষ্ঠাৰ৷ তাকো সূচী, পৰিচয় আদি মিলাইহে ৩২ পৃষ্ঠাৰ৷ সেইখন ‘Annals of Mathematics’ নামৰ গণিতৰ বিশ্বশ্ৰেষ্ঠ গৱেষণা-পত্ৰিকাখনত প্ৰকাশ পাইছিল৷ থেচিছখনত তথ্যসূত্ৰ আছে কেৱল দুটা, আৰু তাৰো এটা তেওঁৰ নিজৰে আগৰ গৱেষণা-পত্ৰ এখনহে৷ কামখিনি...

আজিৰ যুগত কাম কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় এটা বস্তু হৈছে collaboration. এইবাৰ ব’হাগ বিহুত মই এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। গণিতৰ এটা বস্তুক লৈ এখন সৰু কিতাপ। ১০০ পৃষ্ঠামান দীঘল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সাধাৰণ পাঠক, আৰু গণিত-বিজ্ঞানৰ যিকোনো লোকে পঢ়িব পৰা অসমীয়া কিতাপ। পৰিকল্পনাটো কেইবাবছৰ আগৰ। সেয়েহে,...