(১) বৰষুণ ফাগুণে আকাশখন যেন গুড়ি কৰি ছাই বৰণীয়া কৰি পেলাইছে। সবৰে মুখত শুনি শুনি কণমান নাতিটোৱেও অভিজ্ঞ মানুহৰ দৰে ক’লে— “বৰষুণজাক আজিও নাহিল। আকাশখনত ইমান ধূলি!” ককাকে উত্তৰ দিলে— “ভালেই হৈছে দে। আকাশে ডাৱৰবোৰ বাৰিষালৈ সাঁচি থৈছে।” বাৰিষা পথাৰে চিৰাল-ফাট মেলিলে। নাতিটোৱে ক’লে— “ককা, আকাশে বাৰিষাটোতো...

(১) সৰিবলৈ ওন্দোলি থকা দুখৰ লোতকবোৰ গোট মাৰি বৰফ হ’ল বৰফ গাঢ় হৈ হৈ একেবাৰে “বসু-আইনষ্টাইন ঘণীভূত অৱস্থা” পালেগৈ পৃথিৱীত এনেকুৱা আৰু কোনো সুতীক্ষ্ণ অনুভূতি নাই যি সেইবোৰ উষ্ণ কৰি পুনৰ চকুলো হৈ বোৱাব এতিয়া কেৱল সুখেই সুখ। (২) বিদায় ধুমুহা বিদায় ধুমুহা আৰু কিছুদিনলৈকে তুমি হয়তো নাহা তুমি নহালৈকে মই অলপ কাম কৰি...

বেদান্ত শইকীয়া আজি প্ৰথমবাৰ বিপ্লৱ মহন্তৰ ঘৰলৈ আহিছে। তেওঁলোকৰ চিনাকী হোৱা পাঁচ বছৰ হ’ল। এটা প্ৰসংগত তেওঁলোকৰ প্ৰায়ে যোগাযোগ হয়, টেলিফ’ন, ম’বাইল, ইমেইল আৰু ফেচবুকত মেছেজেৰে। কামৰ কথাতেই তেওঁলোকৰ হাঁহি-ধেমালীবোৰো সদায় সীমাবদ্ধ আছিল, ঘৰুৱা কথা বা ব্যক্তিগত প্ৰসংগ কোনো দিন ওলোৱাই নাছিল। আজি প্ৰথম তেওঁ...

“What do you care what other people think?” কোনো কোনো মানুহে পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট ব্যক্তি বুলি অভিহিত কৰা, বা আমি নিজেও তেওঁৰ সম্পৰ্কে পঢ়ি থাকিলে প্ৰায় তেনেকুৱাই অনুভৱ কৰা প্ৰখ্যাত বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ এইখন এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ সম্পৰ্কে শুনা প্ৰায়ভাগ মানুহৰে মনলৈ হয়তো...

শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...