আজিৰ যুগত কাম কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় এটা বস্তু হৈছে collaboration. এইবাৰ ব’হাগ বিহুত মই এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। গণিতৰ এটা বস্তুক লৈ এখন সৰু কিতাপ। ১০০ পৃষ্ঠামান দীঘল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সাধাৰণ পাঠক, আৰু গণিত-বিজ্ঞানৰ যিকোনো লোকে পঢ়িব পৰা অসমীয়া কিতাপ। পৰিকল্পনাটো কেইবাবছৰ আগৰ। সেয়েহে,...

জুবিন গাৰ্গে বিদায় লোৱাৰ পাছত, আৰু দহ বছৰৰ পাছত, মানুহে আকৌ নতুন অসমীয়া গীত শুনিবনে? জুবিন যুগৰ পূৰ্বৰ সম্ভৱতঃ দুটা দশকত যিটো ঘটিছিল বুলি কোৱা হয়, সেই সময়ত লাহে লাহে মানুহে অসমীয়া গীত শুনিবলৈ বাদ দিছিল, পুনৰ তেনে দিন আহি আছে নেকি! সেই সময়ত হিন্দী...

জুবিন গাৰ্গৰ সম্পৰ্কে বহুদিনলৈ একো নিলিখোঁ বুলি ভাবি আছিলোঁ। প্ৰবন্ধই হওক বা ফেচবুক-ইনষ্টাগ্ৰামতে হওক। কিন্তু তেওঁ এনে এজন মানুহ, যাক আঁতৰাই ৰাখিব বিচাৰিলেও বা উপেক্ষা কৰিব বিচাৰিলেও, খোলা দুৱাৰেদি সোমাই অহা এছাটি কোমল বতাহৰ দৰে নিজৰ অজ্ঞাতেই তেওঁ মনৰ ভিতৰত প্ৰৱেশ কৰে আৰু এটা সপোনলৈ...

বিশ্ববিদ্যালয়বোৰৰ এটা বহুমাত্ৰিক চৰিত্ৰ থাকে। ই এখন পিজি কলেজ নহয়। ইয়াৰ সত্তা বিশাল, য’ৰ পৰা নতুন দিশো নিজে অংকুৰিত হ’ব পাৰে। ই হৈছে নিজতে নিজেই পুনৰ সৃষ্টি হ’ব পৰা স্ব-মহিমামণ্ডিত এটা সত্তা। আৰু সেইবাবেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক বিচৰা হয় সৰ্বজন শ্ৰদ্ধেয় ব্যক্তি হিচাপে। যিজন ব্যক্তিক সৃষ্টিশীলতা,...

সম্ভৱতঃ মোৰ আটাইতকৈ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটা হৈছে— ‘জোনাক গলা জাৰৰ নিশা’ আৰু ‘এন্ধাৰ হ’ব নোৱাৰোঁ’। গীত দুটা সদায়েই গুণগুণাই নাথাকিলেও নিজে নিজে কেতিয়াবা মুখেৰে ওলাই আহে। আৰু কেতিয়াবা নিৰলে শুনি খুৱ ভাল লাগে। তেনেকৈ শুনিবলৈ কেতিয়াবা মনৰ পৰা নিজে নিজে আহি যায়...

(এই লেখাটো পূৰ্বৰ দুটা লেখা (১, ২) লগ লগাই প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল ৰূপটো মোৰ 'প্ৰতিভাৰ উৎস' নামৰ কিতাপখনত সন্নিৱিষ্ট হৈছিল। এই সংক্ষিপ্ত ৰূপটো 'অসম ইয়েৰ বুক'ত সন্নিৱিষ্ট হ'ব।) জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই...