১+২+⋯+n=n(n+১)২১+২+\cdots+n = \dfrac{n(n+১)}{২} ৰ অনেক প্ৰমাণ লেখকঃ টম এডগাৰ আৰু এনৰিকে ট্ৰেবিনো (অনুবাদঃ পংকজ জ্যোতি মহন্ত) টম এডগাৰ (Tom Edgar) পেচিফিক লুথেৰাণ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আৰু 'Mathematical Association of America'ই প্ৰকাশ কৰা আলোচনী 'Math Horizons'অৰ সম্পাদক। এনৰিকে ট্ৰেবিনো (Enrique Trevin~\tilde{\text{n}}o) আমেৰিকাৰে লেক ফৰেষ্ট মহাবিদ্যালয়ৰ গণিত বিভাগৰ...

এই লেখাটো অসম সাহিত্য সভাৰ ২০২৬ চনৰ বিশেষ অধিৱেশনৰ সৈতে সংগতি ৰাখি বিজ্ঞান-সাহিত্য উপ-সমিতিয়ে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক গৱেষণামূলক গ্ৰন্থ 'বোধিবৃক্ষ'ত প্ৰকাশ পাইছিল। ইয়াত ক্লিক কৰি পিডিএফ ৰূপত লেখাটো ডাউনলোড কৰি পঢ়িব পাৰিব। তলত ইয়াৰ দুটা অংশ দিয়া হ’ল। বিন্যাস তত্ত্বৰ সহজবোধতা আৰু জটিলতা বহু সময়ত দেখা যায়...

[ড৹ প্ৰদীপ দেৱনাথ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিতবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। এয়া হৈছে তেওঁৰ সৈতে মই লিখা ‘বিচিত্ৰ সমস্যা আৰু গণিতৰ অদ্ভুত কাৰ্যদক্ষতা’ শীৰ্ষক গ্ৰন্থখনৰ দুটা অধ্যায়। এই লেখাটো ‘অসম গণিত শিক্ষায়তন’ৰ দুকুৰি বছৰ পূৰ্তি উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘অভিসৰণ’ত প্ৰকাশ হৈছিল।] অধ্যায় ৮: সত্য কওঁতাহঁত আৰু মিছা কওঁতাহঁতৰ...

(সাহিত্য ডট্‌ অৰ্গৰ ২০১৪ চনৰ এটা সংখ্যা সম্পাদনা কৰিছিলোঁ। সেই সংখ্যাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ। পাছত সেইটো 'আমাৰ অসম' কাকততো প্ৰকাশ পাইছিল। ইয়াৰ ইংৰাজী অনুবাদ গণিত চ'ৰাত প্ৰকাশ পাইছিল। মূল অসমীয়া সাক্ষাৎকাৰটো মোৰ ব্লগতো সংগ্ৰহ কৰি ৰাখিলোঁ। পৰিচয়...

লেখকদ্বয়: পংকজ জ্যোতি মহন্ত ঋতু দত্ত সদ্য-সমাপ্ত অলিম্পিকত নীৰজ চোপ্ৰাই ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমটো সোণৰ পদক লাভ কৰাৰ আগমুহূৰ্তত, অলিম্পিক পদকৰ তালিকাত ভাৰতৰ স্থান আছিল ৬৬ নম্বৰত। কিন্তু, নীৰজ চোপ্ৰাৰ সোণৰ পদক জয়ে ভাৰতৰ স্থান ৪৮ নম্বৰলৈ উন্নীত কৰিবলৈ সক্ষম হ’ল। অৰ্থাৎ, মাত্ৰ এটা সোণৰ পদক জয়লাভৰ ফলত...