• ১+২+⋯+n=n(n+১)২১+২+\cdots+n = \dfrac{n(n+১)}{২} ৰ অনেক প্ৰমাণ লেখকঃ টম এডগাৰ আৰু এনৰিকে ট্ৰেবিনো (অনুবাদঃ পংকজ জ্যোতি মহন্ত) টম এডগাৰ (Tom Edgar) পেচিফিক লুথেৰাণ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আৰু ‘Mathematical Association of America’ই প্ৰকাশ কৰা আলোচনী ‘Math Horizons’অৰ ...

  • ২০২০ চনৰ এগৰাকী আবেল বঁটা বিজয়ী গণিতজ্ঞ হিল্লেল ফুৰ্ষ্টেনবাৰ্গে (২৯ ছেপ্তেম্বৰ, ১৯৩৫) স্নাতক পৰ্যায়তে কেইখনমান গৱেষণা-পত্ৰ উলিয়াইছিল। আৰু তেতিয়া এই বুলি বুবু-বাবা চলিছিল যে এইটো এজন মানুহৰ নাম নহয়; কেইবাজনো গণিতজ্ঞ লগ লাগি সৃষ্টি কৰি লোৱা এটা ছদ্মনামহে। কাৰণ তাত কেইবাধৰণৰ বিষয়-বস্তুৰ ধাৰণা সন্নিৱিষ্...

  • অলিম্পিয়াড আদি গণিত-প্ৰতিযোগিতাসমূহে ভাল গণিতজ্ঞ প্ৰস্তুত কৰে নে? গৱেষণাৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ এইসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰেনে? প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা কাৰ্যটোৱে ভাল গণিতজ্ঞ হ’ব পাৰিব বুলি বুজায় নেকি? কেইজনমান বিখ্যাত গণিতজ্ঞই এনেকুৱা প্ৰশ্নৰ উত্তৰত বিভিন্ন সময়ত দিয়া কেইটিমান বক্তব্যঃ ...

  • অসীম সংহতি কাক বোলে? ইয়াৰ উত্তৰত সাধাৰণতে কোৱা হয় যে— যি সংহতি সসীম নহয় তাকে অসীম সংহতি বোলে। এইটো এটা আওপকীয়া উত্তৰ। স্কুলীয়া পৰ্যায়ত ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দেখে যে অসীমটো বাস্তৱ সংখ্যা একোটাৰ দৰেও ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু, বাস্তৱ সংখ্যাৰ তেনেকুৱা দুই-এটা ধৰণ অসীমে মানি......

  • (১০১) হান কাঙে সাহিত্যৰ নোবেল বঁটা পাওঁতে আৰু তাৰ এবছৰ পূৰ্বে মিলান কুন্দেৰা ঢুকাওঁতে মই অসমীয়া সাহিত্য আলোচনীসমূহৰ লেখাবোৰ গোটাই লৈছিলোঁ। কাৰণ, সাহিত্য সমালোচনা পঢ়াটো সৰুৰে পৰা মোৰ হবি। কিন্তু, এই দুয়োবাৰেই এনেকুৱা অনুভৱ আৰু সন্দেহ হৈছি...

  • ‘Mathematical Cranks’ — এইখন এখন বিখ্যাত কিতাপ। Mathematical Association of America য়ে প্ৰকাশ কৰা। অসমীয়া ভাষাত এনে কিতাপ নাই। Cranks. অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা শিৰোনাম এটা দিব পাৰি– ‘গণিত জগতৰ চেৰাবলীয়...

  • পূজাৰ বতৰত হঠাৎ মাছ বজাৰখনৰ নাম নিউয়ৰ্ক চহৰ বুলি ঘোষণা কৰি দিয়া হ’ল। হাফপেণ্ট আৰু হাৱাই চেণ্ডেল পিন্ধি সদায় গধূলি বজাৰলৈ যোৱা মানুহবোৰে কোট-টাই মাৰি বজাৰলৈ যোৱা আৰম্ভ কৰিলে। নিউয়ৰ্ক চহৰ চাবলৈ মহানগৰৰ পৰা টিভিৰ কেমেৰাসমূহ ঢপলিয়াই আহিল, ...

  • তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ ছমাহ পূৰ্বে মোৰ লগত এগৰাকী depression ৰ ঔষধ খোৱা লোকে কথা পাতিছিল। সকলোৱে ভাবে তেওঁ হাঁহিমুখীয়া আৰু সৰল, কিন্তু কেৱল চাৰি-পাঁচজনে গম পায় যে তেওঁৰ মনৰ অৱস্থা ঠিক নহয়। তেওঁ আছিল সাংঘাতিক চোকা, সুপ্ৰতিষ্ঠিত, কেৰ...