আমাৰ এই সময়ৰ আটাইতকৈ বিস্ময়কৰ গণিতজ্ঞজন কোন বুলি সুধিলে ‘টেৰেন্স টাও’ বুলি সততে কোৱা হয়। তেওঁৰ দৰে প্রতিভা পুনৰ পাবলৈ পৃথিৱীয়ে কেইবা শতিকা অপেক্ষা কৰিবলগীয়া হয়। তেওঁক কোৱা হয় ‘গণিতৰ মোৎজার্ট’ বুলি। আমাৰ এ আৰ ৰহমানৰ সংগীত প্রতিভাৰ কথা আলোচনা কৰোঁতেও কেতিয়াবা মোৎজার্টৰ নাম লোৱা...

['গণিত চ'ৰা' আৰু কোনো কোনো ছপা আলোচনীত প্ৰকাশিত একে নামৰ এই প্ৰবন্ধটো এখন কিতাপত সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য কিতাপখনৰ সৈতে মিলাকৈ শিৰোনাম আৰু আৰ্হিৰ সাল-সলনি কৰা হৈছে। কিতাপখনত সন্নিৱিষ্ট কৰা তলৰ ৰূপটো ইয়াত ৰখা হ'ল।] অধ্যায় ২৯: যাক অংকন কৰিব পৰা নগ’ল অংকনযোগ্যতা, দুহেজাৰ বছৰ, আৰু মূৰ্তত বিমূৰ্তৰ...

তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ ছমাহ পূৰ্বে মোৰ লগত এগৰাকী depression ৰ ঔষধ খোৱা লোকে কথা পাতিছিল। সকলোৱে ভাবে তেওঁ হাঁহিমুখীয়া আৰু সৰল, কিন্তু কেৱল চাৰি-পাঁচজনে গম পায় যে তেওঁৰ মনৰ অৱস্থা ঠিক নহয়। তেওঁ আছিল সাংঘাতিক চোকা, সুপ্ৰতিষ্ঠিত, কেৰিয়াৰৰ প্ৰতিটো পৰীক্ষাতে অসমৰ ভিতৰত স্থান প্ৰাপ্ত, কিন্তু...

“I hope everyone will have the courage to bravely do what they love.” — Hong Wang যোৱা মাৰ্চ মাহত মই এটা এআই (AI) সঁজুলিত সুধিছিলোঁ যে ২০২৬ ত ফিল্ড্‌ছ্‌ মেডেল কোনে কোনে পাব পাৰে। মই চাব বিচাৰিছিলোঁ, এআইয়ে কিমান শুদ্ধ অনুমান কৰিব পাৰিছে পাছত পৰীক্ষা কৰি চাম।...

“A beautiful mind” বুলি পৰিচিত গণিতজ্ঞ জন নাশ্বৰ পিএইছডি ডিগ্ৰীৰ থেচিছখন মাথোঁ ৩২ পৃষ্ঠাৰ৷ তাকো সূচী, পৰিচয় আদি মিলাইহে ৩২ পৃষ্ঠাৰ৷ সেইখন ‘Annals of Mathematics’ নামৰ গণিতৰ বিশ্বশ্ৰেষ্ঠ গৱেষণা-পত্ৰিকাখনত প্ৰকাশ পাইছিল৷ থেচিছখনত তথ্যসূত্ৰ আছে কেৱল দুটা, আৰু তাৰো এটা তেওঁৰ নিজৰে আগৰ গৱেষণা-পত্ৰ এখনহে৷ কামখিনি...