০৯-০৫-২০২১, অসমৰ বাবে এক ঐতিহাসিক দিন। এই দিনটোৱে অসমৰ ৰূপ সলনি কৰি পেলাব। সমাজ, বিজ্ঞান, সংস্কৃতি সকলো ক্ষেত্ৰতে মানুহে পূৰ্বানুমান কৰে। আগন্তুক দহটা বছৰ শেষ হোৱাৰ পাছত অসমত কি কি পৰিৱৰ্তন দেখা যাব পাৰে, তাৰ কিছু পূৰ্বানুমান আমিও কৰিব পাৰোঁ। আমাৰ পোন্ধৰটা পূৰ্বানুমান এনেধৰণৰ: ১) সৰু...

আপোনাৰ দৃষ্টিত অসমীয়া সাহিত্য জগতত নিজৰ পাঠক বৃদ্ধিৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ বিজ্ঞাপন দিওঁতাজন কোন? মোৰ দৃষ্টিত সেই ব্যক্তিজন হ’ল শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি। তেওঁ অতি জনপ্ৰিয় হোৱাৰ ক্ষেত্ৰত তেওঁৰ সেই কৌশলৰ প্ৰৱল প্ৰভাৱ আছে। তেওঁৰ অধিক সংখ্যক গ্ৰন্থ অধিক সংখ্যক মানুহৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত সেই পদ্ধতিয়ে বহু...

মাতৃভাষাত উচ্চ শিক্ষা আহৰণ সম্পৰ্কে আলোচনা কৰোতে এটা উদাহৰণ বহু বেছি পৰিমাণে দিয়া হয় যে— “ফ্ৰান্স, জাৰ্মান, চীন, জাপান আদি দেশত নিজৰ ভাষাতে সকলো শিক্ষা লৈ আছে, আৰু দেশবোৰে ইমান উন্নতি কৰিছে, গতিকে আমাৰ ইয়াত অসমীয়াত কিয় নোৱাৰিব?" শেহতীয়াকৈ বহুতো বিজ্ঞান-প্ৰতিষ্ঠানলৈ এই আহ্বানো আহিছে যে...

(১) এই বছৰটো বিজ্ঞান জগতত এটা ডাঙৰ ইতিহাস ৰূপে ৰৈ যাব। কাৰণ এইবাৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা পাইছে দুগৰাকী মহিলাই। তেওঁলোক হ’ল ইমানুৱেল চাৰপেন্‌টিৰ আৰু জেনিফাৰ ডাউড্‌না। আনহাতে পদাৰ্থ বিজ্ঞানত এগৰাকী মহিলাইয়ো নোবেল পাইছে। তেওঁ হৈছে এণ্ড্ৰিয়া গেজ। নোবেল বঁটাৰ ১২০ বছৰৰ ইতিহাসত মাথোঁ ৬ শতাংশহে...

(৬১) বিদেশত নিজৰ কৰ্মক্ষেত্ৰত কেইবাজনো অসমীয়া চিকিৎসকে কৰ’না-আক্ৰান্তক সেৱা আগবঢ়াইছে। ‘অসম সন্তান’ বুলি সেই সম্পৰ্কে লিখা কেইবাটাও দীঘলীয়া সংবাদ আৰু প্ৰবন্ধ অসমীয়া কাকতত ওলাই গৈছে। সেইসমূহ ওলোৱাৰ মূল কাৰণটো হ’ল — সেই চিকিৎসক কেইজনৰ বিষয়ে তেওঁলোক এতিয়া থকা ঠাইখনৰ কোনো কোনো বাতৰি-কাকতত প্ৰকাশ হৈছে। সেইখিনি পঢ়িবলৈ...

অসমত গণিত শিক্ষা আৰম্ভ হোৱাৰ কিমান যুগ হৈ গ’ল, কিন্তু এনে এখন গণিত অভিধান কেতিয়াও হৈ উঠা নাছিল। নিজৰ অসমীয়া ভাষাটো জড়িত কষ্টসাধ্য কাম এটা কৰিম ঠিক কৰাৰ পাছতো বহুতো মানুহে পুনৰ আগ্ৰহ হেৰুৱাই পেলায়। ইমানদিনতো নোহোৱাকৈয়ে চলি গ’ল, এতিয়া নহ’লেনো কি অনিষ্ট হ’ব? অসমীয়া...