16 Dec “আনে কি ভাবে তোমাক কিয় লাগে?”
“What do you care what other people think?” কোনো কোনো মানুহে পৃথিৱীৰ আটাইতকৈ স্মাৰ্ট ব্যক্তি বুলি অভিহিত কৰা, বা আমি নিজেও তেওঁৰ সম্পৰ্কে পঢ়ি থাকিলে প্ৰায় তেনেকুৱাই অনুভৱ কৰা প্ৰখ্যাত বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ এইখন এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনৰ সম্পৰ্কে শুনা প্ৰায়ভাগ মানুহৰে মনলৈ হয়তো...