ড° ৰীতা চৌধুৰী অসমীয়া সাহিত্যৰ সাহসী লেখিকা। ‘মাকাম’ স্ৰষ্টা চৌধুৰী প্ৰকৃতাৰ্থত বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ অন্যতম। কবিতা চৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিলেও বৰ্তমান চৌধুৰী ঔপন্যাসিক হিচাপেহে পাঠকৰ মাজত পৰিচিত। ঔপন্যাসিক ৰূপে ড° ৰীতা চৌধুৰীৰ শ্ৰেষ্ঠত্ব বাস্তৱ জীৱনত ঘাত-প্ৰতিঘাত, সংঘাত নিৰ্ভৰ অভিজ্ঞতাৰ প্ৰতিফলন। অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁৰ...

বৰ্তমান অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক চম্পক শৰ্মা নাট্যানুৰাগীসকলৰ বাবে এক চিনাকী নাম। ১৯৯১ চনত মুক্তিপ্ৰাপ্ত যাদৱ চন্দ্ৰ দাসৰ ‘প্ৰেম জনমে জনমে’ ছবিৰদ্বাৰা বোলছবি জগততো ভুমুকি মৰা চম্পক শৰ্মাই ‘ৰংমন’ ইত্যাদিকে ধৰি বহুকেইখন ছবিত অভিনয় কৰিছে। অসমৰ বিভিন্ন ভ্ৰাম্যমান নাট্যদলৰ বাবে দীৰ্ঘদিন ধৰি...

জাহ্নৱী : অসমীয়া ৱৰ্ড প্ৰচেছৰ লেখক— জাহ্নৱী কৰ্মদল। সময়ৰ লগে লগে লিখিত ভাষা প্ৰকাশৰ মাধ্যমো সলনি হৈ আহিছে। শিলালিপি, তাম্ৰলিপি, সাঁচিপাত, কাগজ আদি বহু যুগ যুগ ধৰি ভাষা প্ৰকাশৰ মাধ্যম হৈ অহাৰ পাছত আহিল আন এক মাধ্যম— কম্পিউটাৰ তথা ইলেকট্ৰনিক মাধ্যম। কম্পিউটাৰ বিজ্ঞানীসকলে ইলেকট্ৰনিক মাধ্যমত আখৰ দেখাৰ...

[caption id="attachment_1195" align="alignleft" width="315"] ফটো উৎস[/caption] মানুহে প্ৰকৃতিৰ সৈতে কৰিবলগা হোৱা যুদ্ধবোৰ, খাদ্য আহৰণৰ বাবে কৰিবলগা হোৱা কষ্টবোৰ আৰু সন্তানৰ নিৰাপত্তাৰ বাবে কৰিবলগা হোৱা কামবোৰে এসময়ত যেনেকৈ সভ্যতা বা সমাজৰ বিকাশ সাধনত প্ৰধান কাৰক হিচাপে কাম কৰিছিল, ঠিক তেনেকৈ আধুনিক সময়ত ভুক্তভোগীয়ে নিজেই নিজৰ মত ব্যক্ত...

(১) ৰবীন শৰ্মা! নেতৃত্ব প্ৰদানৰ দক্ষতা বৃদ্ধিত তথা নিজৰ অন্তৰ্নিহিত দক্ষতাক কাৰ্য সম্পাদনত ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা যোগাব পৰা তেওঁৰ কিতাপসমূহৰ প্ৰায় আটাইকেইখনেই এতিয়া “বেষ্ট-চেলাৰ”। কেৱল লেখক হিচাপেই নহয়, বক্তা হিচাপেও তেওঁ বিশ্বখ্যাত আৰু অত্যন্ত অনুপ্ৰেৰণাদায়ক। তেওঁৰ গ্ৰন্থ আৰু বক্তৃতাৰ জড়িয়তে নিজক উজলাই তুলিবলৈ সক্ষম হোৱা মানুহৰ...