- মৃণাল কলিতা। এক দীৰ্ঘ জীৱন লাভ কৰিবলৈ ৰাতিপুৱাৰ বিছনা এৰি প্ৰাতঃভ্ৰমণ কৰিবলৈ বেচ মনোবল লাগে। যিসকলে এলাহ জয় কৰি অবিৰতভাৱে প্ৰাতঃভ্ৰমণ কৰি গৈছে সেইসকলক ধন্যবাদ। এলাহৰ নিহলি এৰি এসময়ত কেইদিনমান ময়ো প্ৰাতঃভ্ৰমণ কৰিছিলোঁ। সংগী কবি সুকান্ত নাছিল; আছিল এক সাধাৰণ কিশোৰ। প্ৰতিবেশী কিশোৰজনে মই কোৱামতেই খুব পুৱাতে...

বন্ধু-বান্ধৱক “গাধ” আদি বুলি ধেমালীকে ক’বলৈ হোৱাটছ্এপত কেতিয়াবা এজনে আনজনলৈ কিছুমান কৌতুক প্ৰেৰণ কৰা দেখা যায়। অসমীয়াতে কোনোবাই কোনোবাই দিয়া তেনে এটা মেছেজ পালোঁ। আৰু তাৰ পাছত কিছু খুচৰি চোৱাৰ পাছত ফেচবুকৰ কোনো কোনো পৃষ্ঠাটো সেই মেছেজটো দেখা পালোঁ। কিছু বানান-ব্যাকৰণ আদি সামান্য শুদ্ধ কৰি...

বহুত ধন ঘটি সেইখিনি অ-লাভজনকভাৱে শিক্ষা-প্ৰসাৰ আদি সমাজৰ কিছুমান কামত খৰছ কৰাৰ সপোন এটা মাজে মাজে মনলৈ আহিলে এটা কাহিনী মনত পৰে। কাহিনীটো গৱেষণা-প্ৰতিষ্ঠান এটাৰ সঞ্চালক এজনৰ বক্তৃতাত শুনা, নিজে পঢ়িবলৈ পোৱা নাই, গতিকে সঠিককৈ ক’ব নোৱাৰিম। কাহিনীটো এনেধৰণৰ— এই যে আমি “জুচ”, “ঠাণ্ডা” আদি...

“অসম সাহিত্য সভাৰ সুচিন্তিত কাৰ্যসূচীয়েই কেৱল সাম্প্ৰতিক বিভেদশীল পৰিস্থিতিত ঐক্য স্থাপন কৰিব পাৰে। কাৰণ আজিৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰে, সাহিত্য-সংস্কৃতিয়েহে একগোট কৰে। মোৰ কাৰ্যকালত ইয়াৰ প্ৰামাণ পালোঁ। চৰ-চাপৰিৰ দুৰ্গম ঠাইলৈ গৈ দেখিলোঁ যে তাত যুৱক-যুৱতী আৰু প্ৰবীণ ব্যক্তিয়ে অসমীয়া সমাজৰ মূল সূঁতিৰ মাজত সোমাই...

ড° ৰীতা চৌধুৰী অসমীয়া সাহিত্যৰ সাহসী লেখিকা। ‘মাকাম’ স্ৰষ্টা চৌধুৰী প্ৰকৃতাৰ্থত বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ অন্যতম। কবিতা চৰ্চাৰে সাহিত্যিক জীৱন আৰম্ভ কৰিলেও বৰ্তমান চৌধুৰী ঔপন্যাসিক হিচাপেহে পাঠকৰ মাজত পৰিচিত। ঔপন্যাসিক ৰূপে ড° ৰীতা চৌধুৰীৰ শ্ৰেষ্ঠত্ব বাস্তৱ জীৱনত ঘাত-প্ৰতিঘাত, সংঘাত নিৰ্ভৰ অভিজ্ঞতাৰ প্ৰতিফলন। অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁৰ...

বৰ্তমান অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক চম্পক শৰ্মা নাট্যানুৰাগীসকলৰ বাবে এক চিনাকী নাম। ১৯৯১ চনত মুক্তিপ্ৰাপ্ত যাদৱ চন্দ্ৰ দাসৰ ‘প্ৰেম জনমে জনমে’ ছবিৰদ্বাৰা বোলছবি জগততো ভুমুকি মৰা চম্পক শৰ্মাই ‘ৰংমন’ ইত্যাদিকে ধৰি বহুকেইখন ছবিত অভিনয় কৰিছে। অসমৰ বিভিন্ন ভ্ৰাম্যমান নাট্যদলৰ বাবে দীৰ্ঘদিন ধৰি...