“জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলোঁ।” —এনে এষাৰ কথা শ্বাহৰুখ খানৰ দৰে চুপাৰষ্টাৰ, সফল মানুহ এজনৰ মুখেৰে ওলাব পাৰেনে? পাৰে! এইষাৰ কথা তেঁৱেই কৈছিল। অৰিন্দম চৌধুৰীৰ “Discover the Diamond...

এঞ্জেলা ডাকৱৰ্থ নামৰ এগৰাকী যুৱতীয়ে ২৭ বছৰত মেনেজমেণ্ট কনচাল্টিঙৰ তেওঁৰ আকৰ্ষণীয় চাকৰিটো এৰি দি গণিত-বিজ্ঞানৰ শিক্ষকতাত জড়িত হ’ল। তেওঁৰ বাবে শিক্ষকতা চাকৰিটো আছিল পূৰ্বৰ চাকৰিটোতকৈয়ো অধিক আকৰ্ষণীয়। নতুন চাকৰিটোত জড়িত হৈ, শিক্ষা দান, প্ৰশ্নকাকত প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ ফলাফল...

কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল বুলি আমি পাঠ্যপুথি, কুইজৰ বিভিন্ন কিতাপ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক-গ্ৰন্থ, কাকত-আলোচনী আদিত দেখি আহিছোঁ৷ আমি প্ৰায় সকলোৱে তেওঁক চিনি পাওঁ৷ কিন্তু আমেৰিকা আৱিষ্কাৰ কৰি জন্মভূমিলৈ ঘূৰি অহাৰ পাছত যেতিয়া ১৫ শতিকাৰ এই নাবিকজন খ্যাতিমান হৈ উঠিল, ৰজাঘৰীয়াই পুৰস্কৃত কৰিলে, তেওঁ এজন সন্মানীয়...

শ্ৰেণীকোঠাত বা কোনো সভাকক্ষত শিক্ষক বা বক্তাসকলে কেইবাশ বছৰৰ আগৰ কোনো গণিতজ্ঞৰ বিষয়ে যেতিয়া বক্তৃতা দি থাকে তেতিয়া সেই গণিতজ্ঞজনে দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...

২০১১ চনত, ডেনিছ ৰিৎছীৰ মৃত্যুত প্ৰকাশ কৰা এক প্ৰতিক্ৰিয়াত কম্পিউটাৰ-বিজ্ঞানৰ এজন বিখ্যাত ইতিহাস-লেখকে কৈছিল— “ৰিৎছী অলক্ষিতে থাকি গৈছিল। তেওঁৰ নামটো সৰ্বসাধাৰণৰ মুখে মুখে সমুলি নাছিল। কিন্তু...

এসময়ৰ জনপ্ৰিয় কবিৰ কল্পনাৰ “দূৰ দীগন্ত” বিয়পা “নীলিম সলিলৰাশি”, “বাধাহীন উৰ্মিমালা” অতিক্ৰম কৰি দক্ষিণলৈ যদি গৈ থকা যায় তেন্তে পোৱা যায় সাগৰৰে আন এক বিচিত্ৰ ৰূপ, য’ত সমস্ত উত্তাল জল-তৰংগ গোট মাৰি সৃষ্টি হয় বৰফৰ নানা-গঢ়ি স্থাপত্য-ভাস্কৰ্য; পোৱা যায় কেইবা বৰ্গকিঃমিঃ পৃষ্ঠৰ বৰফৰ ভাসমান অঞ্চলৰ...