(১১) কুকুৰ এটাই ভুকি থকা বাবে একলব্যই পাঁচপাত কাঁড় মাৰি কুকুৰটোৱে ভুকিব নোৱৰা কৰি দিছিল৷ তেওঁ ইমান বিচক্ষণতাৰে, কৌশলেৰে কামটো কৰিব পাৰিছিল যে তেনে কাম কৰিব পৰা মানুহ বিশ্বত তেওঁৰ বাহিৰে আৰু কোনো নাছিল৷ তাতোকৈ আচৰ্য্যকৰ কথাটো হ'ল তেওঁ সেই দক্ষতা অৰ্জন কৰিছিল সম্পূৰ্ণ নিজে প্ৰচুৰ...

(১) সাময়িক বিফলতা আৰু সফলতা বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়াই থকা অৱস্থাত এটি প্ৰসংগত হঠাতে এদিন ছাৰ এজনে কৈছিল— “মই জীৱনৰ প্ৰথম সাক্ষাৎকাৰটোতেই চাকৰি পাইছিলোঁ, আৰু সেইদিনা মোৰ লগত যি হাৰিছিল তেওঁ আজি মোতকৈ বহুদূৰ আগুৱাই গ’ল; মোৰ জীৱনৰ আচল কৌতুকটো হ’ল— মই যদি সেইদিনা হাৰিলোঁহেতেন মই আৰু...

(১) এজন মানুহে এখন ৰেস্তোৰালৈ গৈ মালিকক ক’লে— “মই কাইলৈ দহ হাজাৰ ভেকুলী বেছিব বিচাৰোঁ। আপুনি ল’বনে?” ৰেস্তোৰাৰ মালিকজন আচৰিত হ’ল। মানুহজনে কেনেকৈ একেদিনাই দহ হাজাৰ ভেকুলী যোগাৰ কৰি বেছিব পাৰিব! তেওঁ সুধিলে— “আপুনি একেলগে দহ হাজাৰ ভেকুলী কেনেকৈ গোটাব?” মানুহজনে ক’লে— “মোৰ ঘৰত এটা অতি পকাণ্ড পুখুৰী...

“জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলোঁ।” —এনে এষাৰ কথা শ্বাহৰুখ খানৰ দৰে চুপাৰষ্টাৰ, সফল মানুহ এজনৰ মুখেৰে ওলাব পাৰেনে? পাৰে! এইষাৰ কথা তেঁৱেই কৈছিল। অৰিন্দম চৌধুৰীৰ “Discover the Diamond...

এঞ্জেলা ডাকৱৰ্থ নামৰ এগৰাকী যুৱতীয়ে ২৭ বছৰত মেনেজমেণ্ট কনচাল্টিঙৰ তেওঁৰ আকৰ্ষণীয় চাকৰিটো এৰি দি গণিত-বিজ্ঞানৰ শিক্ষকতাত জড়িত হ’ল। তেওঁৰ বাবে শিক্ষকতা চাকৰিটো আছিল পূৰ্বৰ চাকৰিটোতকৈয়ো অধিক আকৰ্ষণীয়। নতুন চাকৰিটোত জড়িত হৈ, শিক্ষা দান, প্ৰশ্নকাকত প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ ফলাফল...

কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল বুলি আমি পাঠ্যপুথি, কুইজৰ বিভিন্ন কিতাপ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক-গ্ৰন্থ, কাকত-আলোচনী আদিত দেখি আহিছোঁ৷ আমি প্ৰায় সকলোৱে তেওঁক চিনি পাওঁ৷ কিন্তু আমেৰিকা আৱিষ্কাৰ কৰি জন্মভূমিলৈ ঘূৰি অহাৰ পাছত যেতিয়া ১৫ শতিকাৰ এই নাবিকজন খ্যাতিমান হৈ উঠিল, ৰজাঘৰীয়াই পুৰস্কৃত কৰিলে, তেওঁ এজন সন্মানীয়...