অসংখ্য সমীক্ষাত কিছুমান বদমাচী নীহিত থাকে৷ এই বদমাচী কেৱল আলোচনীয়েই নকৰে৷ গৱেষক, চিকিৎসক বা আন কৰ্মচাৰীও এইবোৰ কৰা দেখা যায়৷ এনেকৈ বহুতে পিএইচডি লৈ আছে৷ তাৰে বহুতক নিজে দেখিছোঁ৷ সমীক্ষা এটা শুদ্ধ হ'বলৈ বহুতো কাৰক জড়িত থাকে৷ ই সৰল অংক নহয়৷ এই সম্পৰ্কীয় কাৰকবোৰ আৰু তাৰ...

"এয়া ১৯৩৮ চনৰ কাহিনী৷ কেৰোলি নামৰ এজন মানুহ আছিল৷ হাঙ্গেৰীয় আৰ্মি (Hungarian Army)৷ আৰু তেওঁ সেই দেশৰ সৰ্বশ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ আছিল৷ সেই দেশত যিমানবোৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, তেওঁ ইতিমধ্যে সেইবোৰত বিজয় সাব্যস্ত কৰিছিল৷ আৰু সকলোৱেই প্ৰায় নিশ্চিতই আছিল, ১৯৪০ত হ'বলগীয়া অলিম্পিকত স্বৰ্ণপদক কেৰোলিয়েই...

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সাগৰৰ নীলা পানীৰ কি সম্পৰ্ক থাকিব পাৰে? কিমান কবি, গীতিকাৰ, সাহিত্যিকে সাগৰৰ নীলা পানীক লৈ উপমা দিলে, কবিতা লিখিলে, গীত লিখিলে!! জুবিন গাৰ্গৰ চিৰসেউজ গান "আন্ধাৰ হ'ব নোৱাৰোঁ"ত তেওঁ গাইছে - "সাগৰ নীলা দুচকুত কি ৰং আনে জীৱনে নাজানো যদিও দুবাহু...

অসমৰে বিশ্ববিদ্যালয় এখনৰ এটা বিভাগত স্বনামধন্য অতিথি এজনে বক্তৃতা দি আছিল। এটা বৈজ্ঞানিক বক্তৃতা। দৰ্শকৰ শাৰীত বহি আছিল বহুকেইজন অধ্যাপক আৰু তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰী। গভীৰ বিষয় আৰু শ্ৰোতাসকলৰ গম্ভীৰ মুখমণ্ডল। অতিথিজনে কৈ আছিল দুটা থিওৰীৰ কথা। এটা নতুন থিওৰী আৱিষ্কাৰ কৰাৰ পিছতে পুৰণা থিওৰীটোৰ কাম নাইকিয়া...

ষ্টিফেন হকিঙক কেৱল এজন বিজ্ঞানী বুলি ক'লে ভুল কৰা হ'ব৷ তেওঁ আছিল এজন বিজ্ঞানী আৰু এজন বিজ্ঞান লেখক, যি বিজ্ঞান জনপ্ৰিয়কৰণত বিৰল অৰিহণা যোগালে৷ তাৰোপৰি মানুহৰ জীৱনবোধ, পৰিৱেশতন্ত্ৰ, সামাজিক তথা ৰাজনৈতিক বিষয়ত দিগদৰ্শনকাৰী বক্তব্যও তেওঁ আগবঢ়াইছিল। যদি মোৰ ভুল হোৱা নাই তেন্তে ক'ব পাৰি -...

বিশ্ববিখ্যাত চহৰ লছ এঞ্জেলছৰ ৰেস্তোৰাবোৰত যিসকল লগুৱা বা ৰান্ধনী থাকে, তেওঁলোক হেনো চহৰখনলৈ প্ৰথমে যায় অভিনয় কৰি বিশ্ববিখ্যাত হ'বৰ বাবে৷ আৰু চলচিত্ৰ নিৰ্মাণৰ এটি বিখ্যাত প্ৰাণকেন্দ্ৰ সেই চহৰত একো কৰিব নোৱাৰি অৱশেষত জীৱিকাৰ বাবে হোটেলত খাদ্য বিলোৱাৰ কাম ল'ব লগা হয়৷ এয়া এটা অত্যুক্তি হ'ব...