বহুত ধন ঘটি সেইখিনি অ-লাভজনকভাৱে শিক্ষা-প্ৰসাৰ আদি সমাজৰ কিছুমান কামত খৰছ কৰাৰ সপোন এটা মাজে মাজে মনলৈ আহিলে এটা কাহিনী মনত পৰে। কাহিনীটো গৱেষণা-প্ৰতিষ্ঠান এটাৰ সঞ্চালক এজনৰ বক্তৃতাত শুনা, নিজে পঢ়িবলৈ পোৱা নাই, গতিকে সঠিককৈ ক’ব নোৱাৰিম। কাহিনীটো এনেধৰণৰ— এই যে আমি “জুচ”, “ঠাণ্ডা” আদি...

(১) ৰবীন শৰ্মা! নেতৃত্ব প্ৰদানৰ দক্ষতা বৃদ্ধিত তথা নিজৰ অন্তৰ্নিহিত দক্ষতাক কাৰ্য সম্পাদনত ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা যোগাব পৰা তেওঁৰ কিতাপসমূহৰ প্ৰায় আটাইকেইখনেই এতিয়া “বেষ্ট-চেলাৰ”। কেৱল লেখক হিচাপেই নহয়, বক্তা হিচাপেও তেওঁ বিশ্বখ্যাত আৰু অত্যন্ত অনুপ্ৰেৰণাদায়ক। তেওঁৰ গ্ৰন্থ আৰু বক্তৃতাৰ জড়িয়তে নিজক উজলাই তুলিবলৈ সক্ষম হোৱা মানুহৰ...

(১) কেইবছৰমান আগতে এটা কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা তেওঁলোকৰ কিবা এটা অনুষ্ঠানত ব্যক্তিত্ব গঠন আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে আহৰণ কৰিবলগীয়া গুণসমূহৰ সম্পৰ্কত অমিতাভ মুখাৰ্জী নামৰ এজন অধ্যাপকে বক্তৃতা দিছিল। তেওঁ কৈছিল, তেওঁ নিজে ভাৰতৰ প্ৰথম দহখন শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত সদায়ে অন্তৰ্ভুক্ত...

ভাল ভাল চফ্টৱেৰ বা হাৰ্ডৱেৰ কোম্পানীবোৰৰ প্ৰতি আমি কিয় আকৰ্ষিত হওঁ? আৰু এই যে ভাল বুলি আমি ভাবো, কিয় ভাবোঁ? TED ৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ’বোৰৰ মাজৰ তৃতীয়টো ভিডিঅ’ৰ বক্তা Simon Sinek-এ তাৰ এটা ধুনীয়া ব্যাখ্যা আগবঢ়াইছে। আন সকলো তেনেধৰণৰ কোম্পানীৰেই ঠিক একেধৰণৰে কাৰ্যক্ষম কৰ্মী,...

‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ— “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে ষাঠি...