এসময়ৰ জনপ্ৰিয় কবিৰ কল্পনাৰ “দূৰ দীগন্ত” বিয়পা “নীলিম সলিলৰাশি”, “বাধাহীন উৰ্মিমালা” অতিক্ৰম কৰি দক্ষিণলৈ যদি গৈ থকা যায় তেন্তে পোৱা যায় সাগৰৰে আন এক বিচিত্ৰ ৰূপ, য’ত সমস্ত উত্তাল জল-তৰংগ গোট মাৰি সৃষ্টি হয় বৰফৰ নানা-গঢ়ি স্থাপত্য-ভাস্কৰ্য; পোৱা যায় কেইবা বৰ্গকিঃমিঃ পৃষ্ঠৰ বৰফৰ ভাসমান অঞ্চলৰ...

পৃথিৱীৰ উত্তৰ মেৰু উত্তৰ মহাসাগৰ(Arctic Ocean)ৰ মাজভাগত অৱস্থিত, য’ত সাগৰ-পৃষ্ঠ দুই-তিনি মিটাৰ ডাঠ বৰফে আবৰি থাকে। সেই স্থানত সাগৰৰ গভীৰতা চাৰি কিলোমিটাৰৰ অধিক। মানুহে তাত প্ৰথম খোজ পেলাবলৈ সক্ষম হৈছিল কুৰি শতিকাৰ প্ৰথমভাগত। ১৯৮৫ চনৰ ৬ এপ্ৰিলত নীল আৰ্মষ্ট্ৰং, এডমাণ্ড হিলাৰী, ষ্টিভ ফছেট, পাট্ৰিক মৰো,...

কেঞ্চাৰত আক্ৰান্ত হৈ ৯ বছৰ বয়সত সোঁ ভৰিখন কটাই পেলাবলগীয়া হোৱা যুৱতী এগৰাকীৰ ২০১৬ চনৰ প্ৰথমভাগত তোলা এখনি ফটো ইনষ্টাগ্ৰামত 'ভাইৰেল' হৈ পৰিছিল৷ ইনষ্টাগ্ৰাম প্ৰধানকৈ হ'ল কিছুমান নিৰ্দিষ্ট জোখৰ ফটো আপল'ড কৰিব পৰা আৰু আনে আপল'ড কৰা ফটো সুবিধা অনুসৰি চাব পৰা এটি এপ্, যিটো...

জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি” গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা...

 "Wild Continent" বুলি পৰিচিত এণ্টাৰ্কটিকা মহাদেশত প্ৰথম খোজ পেলোৱা অসমীয়াজন হ'ল ৰাঘৱ চন্দ্ৰ ডেকা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ পিছলৈ তেওঁ ভূ-চুম্বকীয় বিজ্ঞানৰ লগত জড়িত হয়৷ ১৯৮৭ চনত ১৫ জনীয়া ভাৰতীয় বিজ্ঞানী দলৰ এজন সদস্য হিচাপে তেওঁ মহাদেশখনৰ এটা অঞ্চলত প্ৰায় ১৪ মাহ...

“বিশ্বৰ আটাইতকৈ কুৎচিত মহিলা” বুলি ঘৃণিত হৈয়ো আজি যি হৈ উঠিল অনুপ্ৰেৰণাৰ অক্ষয় উৎস আপোনাক কুৎচিত বুলি কৈ কোনোবাই যদি মুকলিকৈ আহ্বান জনাই যে “অনুগ্ৰহ কৰি তুমি আমাক সকলোকে অকণমান দয়া কৰা— তুমি নিজকে নিজেই হত্যা কৰি দিয়া”, তেন্তে আপোনাৰ কেনে অনুভৱ হ’ব বাৰু? এক বৃহৎ...