(১) ৰাজ্যৰ ৭০ জন অধ্যাপকৰ পিএইচডি আদি ডিগ্ৰীধাৰীসমূহ ভুৱা নেকি তাৰ পৰীক্ষাৰ বাবে জাননি ওলাইছে। আন এক বাতৰি মতে ১২৫ জন। তাৰে মাজৰ কোনোবাজন দায়ৰ পৰা মুক্ত হ’বও পাৰে। সেয়া যি নহওক, ইয়াৰ উপৰি কিন্তু যেনেতেনে ভুৱা নোহোৱাকৈ থকা হেজাৰ-বিজাৰ মনুষ্য লুইতৰ দুয়োপাৰ ভৰি থাকিবও পাৰে।...

গণিতৰ কেইটামান শাখাৰ লগত জড়িত কেইখনমান জাৰ্নেলৰ নাম তলত তালিকাভুক্ত কৰিছোঁ। নতুন ছাত্ৰ-ছাত্ৰীক এই তালিকাখনে সহায় কৰিব পাৰে। যদিহে এই বিষয়কেইটা তেওঁলোকৰ প্ৰিয়, তেন্তে এই জাৰ্নেলসমূহ চাব পাৰে আৰু নিজৰ পছন্দৰ গৱেষণা-পত্ৰ বিচাৰিব পাৰে। আৰু এইসমূহত তেওঁলোকে নিজৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাটো ন্যূনতম লক্ষ্য হিচাপে ল’ব...

বিভিন্নগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি থাকে যে মই পিএইছডি কিয় এৰি দিছিলোঁ আৰু এতিয়া কিয় গৱেষণা-পত্ৰ উলিয়াইছোঁ। এই প্ৰশ্ন কৰোঁতাসকল প্ৰধানকৈ চাৰি ধৰণৰ: ১) তেওঁলোকে পিএইছডি কৰি আছে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যাত পৰি কষ্টত দিন কটাইছে, আৰু মইয়ো তেনেকুৱা সমস্যাতে পৰি এৰিছিলোঁ নেকি বুলি এনেই...

কেইবছৰমান আগতে এজন নামী মানুহে এটা কথা কৈছিল; সেই কথাটোৱে মোক আচৰিত কৰি দিছিল। তেওঁ এজন অতিশয় বিজ্ঞ, দক্ষতাসম্পন্ন মানুহ; ছাত্ৰ-ছাত্ৰী তথা উচ্চশিক্ষা জগতত তেওঁ এজন গ্লেমাৰাছ মানুহ; কেইবাখনো প্ৰতিষ্ঠানৰ পদবী শুৱনি কৰিছে তেওঁ। তেওঁলোকৰ গোটেই পৰিয়ালটোৰ এটা নাম আছে। মানুহজনে তাহানিৰ কটন কলেজত পঢ়ি...

(৬১) বিদেশত নিজৰ কৰ্মক্ষেত্ৰত কেইবাজনো অসমীয়া চিকিৎসকে কৰ’না-আক্ৰান্তক সেৱা আগবঢ়াইছে। ‘অসম সন্তান’ বুলি সেই সম্পৰ্কে লিখা কেইবাটাও দীঘলীয়া সংবাদ আৰু প্ৰবন্ধ অসমীয়া কাকতত ওলাই গৈছে। সেইসমূহ ওলোৱাৰ মূল কাৰণটো হ’ল — সেই চিকিৎসক কেইজনৰ বিষয়ে তেওঁলোক এতিয়া থকা ঠাইখনৰ কোনো কোনো বাতৰি-কাকতত প্ৰকাশ হৈছে। সেইখিনি পঢ়িবলৈ...

(৫১) অসমীয়া বিজ্ঞানীসকল বা অসমীয়া গণিতজ্ঞসকল — এনেধৰণৰ তালিকা এখন প্ৰস্তুত কৰিব বিচাৰিলে কিছুমান অসুবিধাৰ সমুখীন হোৱা যায়। তথ্যৰ অভাৱ বা সমলৰ অভাৱৰ কথাটো বাদ দিও আন কেইটামান সমস্যা পৰিলক্ষিত হয়। মূল সমস্যাটো হ’ল — এজন অসমীয়া বিজ্ঞানী বা এজন অসমীয়া গণিতজ্ঞ বুলি কাক কোৱা হ’ব? আমাৰ...