'গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে মই দায়িত্ব লৈ ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’ শীৰ্ষক এটা শিতান আৰম্ভ কৰিছিলোঁ। ইয়াৰ প্ৰধান উদ্দেশ্য আছিলঃ গণিতৰ ভাল ভাল কাম কৰা নতুন গৱেষকসকলক পাঠকৰ মাজত পৰিচয় কৰাই দিয়া, ভাল জাৰ্নেল কোনবিলাক সেই সম্পৰ্কে এক প্ৰচাৰ চলোৱা বা এটা ধাৰণা যাতে সকলোৱে পায়...