'Mathematical Cranks' -- এইখন এখন বিখ্যাত কিতাপ। Mathematical Association of America য়ে প্ৰকাশ কৰা। অসমীয়া ভাষাত এনে কিতাপ নাই। Cranks. অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা শিৰোনাম এটা দিব পাৰি-- 'গণিত জগতৰ চেৰাবলীয়াবোৰ' বা 'গণিত জগতৰ ঢিলাসকল' বা 'গাণিতিক ঢিলা-কৰ্মসমূহ'। কেৱল এটা বিষয় নলৈ, গোটেই বিষয়বোৰ সামৰি অসমীয়া...

অসমত গণিত শিক্ষা আৰম্ভ হোৱাৰ কিমান যুগ হৈ গ’ল, কিন্তু এনে এখন গণিত অভিধান কেতিয়াও হৈ উঠা নাছিল। নিজৰ অসমীয়া ভাষাটো জড়িত কষ্টসাধ্য কাম এটা কৰিম ঠিক কৰাৰ পাছতো বহুতো মানুহে পুনৰ আগ্ৰহ হেৰুৱাই পেলায়। ইমানদিনতো নোহোৱাকৈয়ে চলি গ’ল, এতিয়া নহ’লেনো কি অনিষ্ট হ’ব? অসমীয়া...

"গানৰ পৰা বিজ্ঞানলৈ" বিপুলজ্যোতি শইকীয়াৰ এখনি তেনেই অকণমানি কিতাপ৷ মুঠ পৃষ্ঠা মাথোঁ ৭২ টা, দাম ৪০ টকা৷ প্ৰকাশক পাঞ্চজন্য প্ৰকাশন৷ প্ৰথম প্ৰকাশ ২০১৭ চনত৷ "বাৰ-ওঠৰ" আৰু "মুকুতা" নামৰ আলোচনী দুখনত পূৰ্বে প্ৰকাশিত ১০ টা প্ৰবন্ধৰে কিতাপখন৷ অতি অকণমানি যদিও কেইবাটাও দিশেৰে কিতাপখন অতি গুৰুত্বপূৰ্ণ৷ কিতাপখনৰ প্ৰতিটো...

[কিতাপ আৰু আলোচনী সম্পৰ্কীয় এটা ৱেবছাইটৰ বাবে কেইবছৰমান পূৰ্বে কিছু কথা যুগুতাইছিলোঁ। তাৰে ১০৫ খন কিতাপৰ কিছু তথ্য হাততে থকা বাবে সেইখিনি ইয়াতে সংগ্ৰহ কৰি ৰাখিলোঁ]   জাগা হে ভাৰত জাগা প্ৰকাশক- আহ্বায়ক, বিবেকানন্দ কেন্দ্ৰ অসমীয়া প্ৰকাশন বিভাগ, উজান বজাৰ। অনুবাদ- হিৰণ্ময়ী দেৱী। প্ৰথম প্ৰকাশ- জুন, ২০১১। বৰঙণি- ৪০.০০ টকা। ‘জাগা হে...