অসম সাহিত্য সভাই তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এখন সমিতি গঠন কৰিছে। আজি গধূলি (০২-০৫-২০২৩) সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাপতি আৰু প্ৰধান-সম্পাদককে আদি কৰি সমিতিৰ কাৰ্যকৰ্তাৰ এখন বৈঠক অনুষ্ঠিত হ’ব। তেওঁলোকে ল’ব বিচৰা নটামান পদক্ষেপ আৰু সমিতিখনৰ সম্পৰ্কীয় এটা বাৰ্তা সমিতিৰ...

(৩১)ক’ৰনাময় সময়ত এসময়ত বহুতো কবি, সাহিত্যিক, সংগীতজ্ঞ, চিত্ৰকৰ, বিজ্ঞানী আদি যক্ষ্মাত আক্ৰান্ত হৈ অকালতে মৃত্যু হৈছিল। পোক-পৰুৱাৰ দৰে দ’ম হৈ পৰা লাখ লাখ মৃতকৰ মাজত তেওঁলোকৰ অকাল মৃত্যুৱে এক সুকীয়া বিষাদ কঢ়িয়াই আনিছিল। হয়তো সেইবাবেই ঠায়ে ঠায়ে এই বুলি অন্ধবিশ্বাস বিয়পিছিল যে সৃষ্টিশীল লোকসকল যক্ষ্মাত অধিক...