০৯-০৫-২০২১, অসমৰ বাবে এক ঐতিহাসিক দিন। এই দিনটোৱে অসমৰ ৰূপ সলনি কৰি পেলাব। সমাজ, বিজ্ঞান, সংস্কৃতি সকলো ক্ষেত্ৰতে মানুহে পূৰ্বানুমান কৰে। আগন্তুক দহটা বছৰ শেষ হোৱাৰ পাছত অসমত কি কি পৰিৱৰ্তন দেখা যাব পাৰে, তাৰ কিছু পূৰ্বানুমান আমিও কৰিব পাৰোঁ। আমাৰ পোন্ধৰটা পূৰ্বানুমান এনেধৰণৰ: ১) সৰু...

লেখক: ঋতু দত্ত ∎ পংকজ জ্যোতি মহন্ত ∎ যোৱা কিছু বছৰৰ পৰা আমেৰিকাৰ নাগৰিকে প্ৰচলিত ভোটদান পদ্ধতিটো সলনি কৰিবৰ বাবে জনমত গঢ়ি তুলিছে। মূলতঃ যোৱা দুটা ৰাষ্ট্ৰপতি নিৰ্বাচনত (২০০০ আৰু ২০১৬ চন) এজন আদৰ্শ প্ৰাৰ্থী নোপোৱা বাবে এই দাবী তীব্ৰতৰ হৈ উঠিছে। সেয়েহে সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি...

পঞ্চদশ শতিকাত গুটেনবাৰ্গে (১৩৯৮-১৪৬৮) বিকাশ সাধন কৰা ছপাশালে দূৰ প্ৰান্তৰ মানুহৰ মাজতো মত বা চিন্তাধাৰা ভাগ-বটোৱাৰা কৰাটো সহজসাধ্য কৰি তুলিলে। কোনো স্থানত চৰ্চিত হোৱা বিষয়বস্তু বা কোনো মানুহৰ সাধনালব্ধ জ্ঞান তেনেই কম কষ্টেৰে কম সময়তে বহু অধিক পৰিমাণে ছপা কৰি বহু মানুহৰ মাজলৈ লৈ যাব...

যোৱা ৫ জুন তাৰিখে স্বনামধন্য অনুবাদক ড° প্ৰফুল্ল কটকীদেৱৰ মৃত্যু হয়৷ তেওঁ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো গ্ৰন্থও অনুবাদ কৰিছিল৷ তাৰে এখন হ'ল "লুচি মই আহিছোঁ", যিখন অনুবাদ কৰা হৈছে ড° দেবব্ৰত দাসগুপ্ত নামৰ এজন লেখকৰ মূল বাংলা গ্ৰন্থৰ পৰা৷ এইখন হ'ল মহান বিজ্ঞনী চাৰ্লছ ডাৰউইনৰ জীৱনভিত্তিক...

লামডিঙৰ সাংস্কৃতিক সন্ধিয়াটোত জুবিন গাৰ্গে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ সম্পৰ্কে কি ক'ব সেয়া শুনিবলৈ অজস্ৰ মানুহে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল৷ অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰৰ আগমুহূৰ্তত নিউজ চেনেলসমূহেও এই উৎকণ্ঠা প্ৰকাশ কৰি আছিল৷ পাঁচ শতাধিক নিৰাপত্তাৰক্ষীয়ে অনুষ্ঠান পৰ্যবেক্ষণ কৰি থকা বুলি কোৱা হৈছিল৷ কোনোটোৰ মতে সেয়া...