তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ ছমাহ পূৰ্বে মোৰ লগত এগৰাকী depression ৰ ঔষধ খোৱা লোকে কথা পাতিছিল। সকলোৱে ভাবে তেওঁ হাঁহিমুখীয়া আৰু সৰল, কিন্তু কেৱল চাৰি-পাঁচজনে গম পায় যে তেওঁৰ মনৰ অৱস্থা ঠিক নহয়। তেওঁ আছিল সাংঘাতিক চোকা, সুপ্ৰতিষ্ঠিত, কেৰিয়াৰৰ প্ৰতিটো পৰীক্ষাতে অসমৰ ভিতৰত স্থান প্ৰাপ্ত, কিন্তু...

“প্ৰচীন গ্ৰীকসকলে মনটো আৰু শৰীৰটোৰ মাজৰ পূৰ্ণ সংযোগ উপলব্ধি কৰিছিল, কিন্তু এই ধাৰণা তুলি ধৰিবলৈ পশ্চিমীয়া চিকিৎসাক এটা বহু দীঘলীয়া সময় লাগিল। এতিয়াও বিজ্ঞানে ধাৰাবাহিকভাৱে পুনঃ পুনঃ দেখুৱাই আহিছে যে আমাৰ শাৰীৰিক স্বাস্থ্য আৰু আমাৰ মানসিক স্বাস্থ্যৰ মাজত এক প্ৰগাঢ় সংযোগ আছে। যদি আপুনি হীনমন্যতা অনুভৱ...