09 Aug চেমিনাৰসমূহত অংশ ল’ব লাগে কিয়?
তলৰ প্ৰায় গোটেই বক্তব্যখিনি মই আনৰ পৰা শুনা। ট্ৰেইনিং প্ৰগ্ৰেম একোটাকো কেতিয়াবা চেমিনাৰ বুলি কোৱা হয়। বিখ্যাত লেখক ৰবীন শৰ্মাই তেওঁৰ অনুপ্ৰেৰণা প্ৰদানকাৰী বক্তৃতা অনুষ্ঠানবোৰকো চেমিনাৰ বুলি কয়। সেইধৰণৰ চেমিনাৰবোৰৰ কথা ইয়াত কোৱা নাই। চেমিনাৰ বুলিলে সাধাৰণতে যিটো বুজা যায়, নতুন ধাৰণা-সম্পন্ন কৰ্মবোৰ বা উদ্ভাৱনবোৰৰ সম্পৰ্কে য’ত...