14 Oct স্থানপ্ৰাপক প্ৰায়সকল কিয় হেৰাই যায়
ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীতকৈ ৬০ শতাংশ পোৱা একোজনেও অধিক কাম কৰিব পৰা হয়গৈ কিয়? সাধাৰণতে এইটোৱেই দেখা যায়। আনকি দ্বিতীয় বিভাগত উত্তীৰ্ণজনেও অতি বেছি কাম সম্ভৱপৰ কৰি তুলিব পাৰে। কিয় এনেকুৱা হয়? আঙুলিৰ মূৰত লিখিব পৰা দুজনমানহে স্থানপ্ৰাপক ওলায় যি বিশেষ কাম কৰে, আৰু সেয়াও আনে...