মহাত্মা গান্ধী মানে “এখন গালত কোনোবাই এটা থাপৰ মাৰিলে, আনখন গালো পাতি দিয়া” পৃথিৱীৰ একমাত্ৰ মানুহজন নেকি? ৰসিকতাখিনি বাদ দিয়াৰ পাছতো এই কথাষাৰৰ বাবে বহুতে তেওঁক তেনেকুৱা এজন মানুহ যেনেই ধাৰণা কৰিব পাৰে; কিন্তু সেইটো শুদ্ধ নহয়। সেই কথাষাৰৰ জৰিয়তে মোহনদাস কৰমচান্দ গান্ধী নামৰ মানুহজনে...