12 Oct গল্প-উপন্যাস আদিৰ অসমীয়া অনুবাদ
‘নিজৰ শীততাপ নিয়ন্ত্ৰিত গাড়ীৰ ভিতৰত চিনেটৰ ওনেচিমো চান্সেজ শান্ত আৰু ভাবালেশহীন হৈ বহি আছিল, কিন্তু দুৱাৰখন মেলি দিয়াৰ লগে লগে এচাটি গৰম বতাহে তেওঁক জোকাৰি গ’ল আৰু ঘামেৰে চপ্চপীয়া হৈ পৰিল। ...