04 Oct টোকাবহী (গণিত) : ৩১ – ৪০
(৩১) কোনো এটা সংখ্যাক এটা মৌলিক সংখ্যা pp ৰে হৰণ যোৱাৰ সম্ভাৱিতা ১p\dfrac{১}{p}. দুটা সংখ্যা পৰস্পৰ মৌলিক হোৱাৰ সম্ভাৱিতা ∏p মৌলিক(১−১p২)≈০.৬১{\displaystyle \prod_{p \text{ মৌলিক}}\bigg(১-\dfrac{১}{p^২}\bigg)}\approx ০. ৬১। পৰ্যাপ্ত পৰিমাণে ডাঙৰ এটা সংখ্যা xx এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা প্ৰায় ১lnx\dfrac{১}{\ln{x}}. এই শেষৰ সম্ভাৱিতাটোৰ ওচৰা-ওচৰি ৰূপ এটা অনুমান কৰিছিল চেঙেলীয়া গাউছে...