(৪১) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞান বিভাগৰ নিজৰ কেবিনটোত বহি ড° ভবেন্দ্ৰ নাথ শইকীয়া কামত ব্যস্ত হৈ আছে৷ এজন মানুহ তেওঁৰ কেবিনটোলৈ সোমাই গ'ল৷ মানুহজন বিশ্ববিদ্যালয়ৰে এজন উচ্চ পৰ্যায়ৰ কৰ্মী, পণ্ডিত, আৰু বিশ্ববিদ্যালয়ৰ বাহিৰৰ অসমৰ সামাজিক ক্ষেত্ৰখনত ইতিমধ্যে তেওঁৰো কিছু নাম হৈছে, এজন সন্মানীয় মানুহ৷ ড° ভবেন্দ্ৰ নাথ...