মহানগৰ সংবাদ, ১৪ জুলাই : বিশ্ববিশ্ৰুত ইংৰাজী ভাষা প্ৰকৃততে প্ৰাচীন কামৰূপতহে প্ৰথমে চৰ্চিত হৈছিল বুলি শেহতীয়া গৱেষণাত প্ৰমানিত হৈছে৷ অসমীয়া বিশিষ্ট পুৰাতাত্ত্বিক তথা প্ৰত্নতাত্বিক গৱেষক দুৰ্লভ বৰাই শেহতীয়াকৈ কামৰূপত এক খনন-কাৰ্যৰ জৰিয়তে লাভ কৰা কিছুমান ফলিত থকা চিহ্নবোৰেই এই কথা প্ৰমানিত কৰে৷ দ্বাৰকাৰ পৰা অনিৰুদ্ধক...