29 Sep দুহেজাৰ বছৰৰ মূৰত উত্তৰ ওলোৱা তিনিটা প্ৰশ্ন
['গণিত চ'ৰা' আৰু কোনো কোনো ছপা আলোচনীত প্ৰকাশিত একে নামৰ এই প্ৰবন্ধটো এখন কিতাপত সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য কিতাপখনৰ সৈতে মিলাকৈ শিৰোনাম আৰু আৰ্হিৰ সাল-সলনি কৰা হৈছে। কিতাপখনত সন্নিৱিষ্ট কৰা তলৰ ৰূপটো ইয়াত ৰখা হ'ল।] অধ্যায় ২৯: যাক অংকন কৰিব পৰা নগ’ল অংকনযোগ্যতা, দুহেজাৰ বছৰ, আৰু মূৰ্তত বিমূৰ্তৰ...