20 Jun Favorite Assamese Mathematicians – প্ৰিয় অসমীয়া গণিতজ্ঞসকল
● Prof. Nayandeep Deka Baruah (নয়নদীপ ডেকা বৰুৱা) (Additive Number Theory) Home page | Wikipedia page | Interview নিজৰ উন্নত গৱেষণাৰে, সকলোৰে অতি প্ৰিয় শিক্ষক হিচাপে, আৰু হাঁহিমুখীয়া ব্যক্তিত্বৰে বহু বছৰ ধৰি তেওঁ অসমৰ বহুতো ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰি আহিছে। ● Prof. Rupam Barman (ৰূপম বৰ্মন) (Algebraic Number Theory) Home...