মোৰ কাষৰ ছীটটোত এজন অৰুণাচলী যুৱক৷ অলপ উগ্ৰ, কিন্তু ভদ্ৰ যেন লাগিল৷ এষাৰ-দুষাৰ কথা পাতি মই লগে লগেই টোপনি গ'লোঁ; দিনটোৰ ভাগৰ, ভন্তীৰ লগত বহুত ঘূৰিলোঁ৷ নিশা সকলোৱে ভাত খাবলৈ গাড়ীখন ৰখাওতে সাৰ পালোঁ৷ বাছখন পুনৰ চলাৰ পিছত গম পালোঁ যে মোৰ আৰু টোপনি নধৰে৷ সেয়েহে...

জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ   (নিন্দুক আৰু অনুৰাগীৰ প্ৰসংগক সামৰি)   নিন্দুক-প্ৰজন্মৰ বাবে নিশ্চয়কৈ এটা সুখৰ বতৰা যে ড° ভূপেন হাজৰিকাক থেকেচি আজৰি হ’বলৈ নাপাওঁতেই একেটা কামৰ বাবে অভাৱ অনুভৱ নকৰাকৈ তেওঁবিলাকে আন এজন মানুহ লাভ কৰিলে। আৰু সেই মানুহজনেই হ’ল— জুবিন...

১► দুখন নাৱত দুভৰি নিদিয়াটোৱেই কিছুমান সমস্যাৰ শেষ সমাধান নহয়। জীৱনত আমি এনেকুৱা বহুতো সমস্যাৰ মুখামুখি হওঁ য'ত আমি একে সময়তে দুখন নাৱত দুভৰি দিবলৈ বাধ্য হওঁ। তেতিয়া নাও দুখন কিমান জোৰেৰে লগ লগাই ৰাখিব পাৰি সেইটোৱেই সমস্যাটোৰ সমাধানৰ পথ হৈ পৰে।   ২► এক কিঃমিঃ বহল নদীখন সাঁতুৰি...