09 Jul গোটেই জীৱন মহিলাই ৰন্ধা খাদ্য নোখোৱা এজন মানুহ
দূৰ অতীতত কাহানিবা লগ পোৱা দূৰ সম্পৰ্কীয় মানুহ একোজন ক'ৰবালৈ আহি হঠাতে আপোনাৰ ঘৰতো আলহী খাই যোৱা পৰিস্থিতিৰ অভিজ্ঞতা নিশ্চয় বহুতৰে হৈছে৷ তেনে আলহীয়ে পুৰণি কথা-বতৰাৰ পেৰাটো মোকোলাই বহু বিচিত্ৰ বস্তু দি থৈ যায়৷ তাৰে একাংশ তিৰবিৰ মুকুতা সদৃশ আপুৰুগীয়া আৰু আনটো অংশ এলান্ধুকলীয়া চেকাৰে...