23 Dec বিজ্ঞানী-শিল্পীৰ বিফলতা আৰু হতাশা
এবাৰ এজন গণিতজ্ঞই টুইটাৰত কাৰোবাক কৈছিল যে তেওঁ যিমান কাম কৰে তাৰে ৯০ শতাংশই বিফল হয়, বাকী দহ শতাংশহে প্ৰকাশ কৰিব পৰা যায়। সেয়া দেখা পাই টিমোথি গাৱাৰ্ছ নামৰ গণিতজ্ঞজন আচৰিত হৈছিল আৰু তেওঁ উত্তৰ দিছিল যে— আপোনাৰ কেৱল ৯০ শতাংশহে বিফল হয় নেকি, মোৰচোন...