এবাৰ এজন গণিতজ্ঞই টুইটাৰত কাৰোবাক কৈছিল যে তেওঁ যিমান কাম কৰে তাৰে ৯০ শতাংশই বিফল হয়, বাকী দহ শতাংশহে প্ৰকাশ কৰিব পৰা যায়। সেয়া দেখা পাই টিমোথি গাৱাৰ্ছ নামৰ গণিতজ্ঞজন আচৰিত হৈছিল আৰু তেওঁ উত্তৰ দিছিল যে— আপোনাৰ কেৱল ৯০ শতাংশহে বিফল হয় নেকি, মোৰচোন...

১৯৫৭ চনত সেই সময়ৰ ছোভিয়েট ৰাছিয়াই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক মহাকাশলৈ উৎক্ষেপণ কৰোঁতে কোনোবাই ঠাট্টা কৰিছিলনে? ধাৰণা হয়— নিশ্চয় কৰিছিল। এবাৰ ক’ৰবাত পঢ়া মনত পৰে – ৰাইট ভাতৃদ্বয়ে মানবচালিত প্ৰথমখন বিমান নিৰ্মাণ কৰি উৰণৰ পৰীক্ষণ কৰোঁতেও হেনো বহুতে ঠাট্টা কৰিছিল। ইমান দূৰলৈ বা ইমান...