15 Dec “মাজুলী” দুখন, দ্বিতীয়খন মাজুলীৰ কথা শুনিছেনে?
মাজুলী যাত্ৰা সম্পৰ্কীয় কিছুমান নষ্টালজিক ধৰণৰ লেখা মাজে মাজে পঢ়িবলৈ পাওঁ। নিজৰ জন্মস্থান বুলিয়েই আনেনো কি লিখিছে বুলি অলপ বেছি আগ্ৰহেৰেই পঢ়িবলৈ লওঁ। কিন্তু কেতিয়াবা আনকি প্ৰিয় লেখক এজনে লিখা এনে প্ৰবন্ধটোৱো পঢ়িবলৈ অতি আগ্ৰহেৰে আৰম্ভ কৰাৰ পাছত শেষৰ আংশবোৰ ওপৰে ওপৰে পঢ়ি বিৰক্তিৰে শেষ...