23 Feb এণ্টাৰ্কটিকাৰ সমীপত আৰ্নেষ্ট শ্বেকল্টনৰ অন্তিম নিশাকেইটা
এসময়ৰ জনপ্ৰিয় কবিৰ কল্পনাৰ “দূৰ দীগন্ত” বিয়পা “নীলিম সলিলৰাশি”, “বাধাহীন উৰ্মিমালা” অতিক্ৰম কৰি দক্ষিণলৈ যদি গৈ থকা যায় তেন্তে পোৱা যায় সাগৰৰে আন এক বিচিত্ৰ ৰূপ, য’ত সমস্ত উত্তাল জল-তৰংগ গোট মাৰি সৃষ্টি হয় বৰফৰ নানা-গঢ়ি স্থাপত্য-ভাস্কৰ্য; পোৱা যায় কেইবা বৰ্গকিঃমিঃ পৃষ্ঠৰ বৰফৰ ভাসমান অঞ্চলৰ...