22 Dec এতিয়াও দেখিবলৈ কাৰোৱে সাধ্য নথকা এটা “আচৰিত” সপোন
বেদান্ত শইকীয়া আজি প্ৰথমবাৰ বিপ্লৱ মহন্তৰ ঘৰলৈ আহিছে। তেওঁলোকৰ চিনাকী হোৱা পাঁচ বছৰ হ’ল। পিছে, কেৱল এটা প্ৰসংগতহে তেওঁলোকৰ প্ৰায়ে যোগাযোগ হৈছিল, টেলিফ’ন, ম’বাইল, ইমেইল আৰু ফেচবুকত মেছেজেৰে। কামৰ কথাতেই তেওঁলোকৰ হাঁহি-ধেমালীবোৰো সদায় সীমাবদ্ধ আছিল। ঘৰুৱা কথা বা ব্যক্তিগত প্ৰসংগ কোনো দিন ওলোৱাই নাছিল। আজি...