বৰ্তমান অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক চম্পক শৰ্মা নাট্যানুৰাগীসকলৰ বাবে এক চিনাকী নাম। ১৯৯১ চনত মুক্তিপ্ৰাপ্ত যাদৱ চন্দ্ৰ দাসৰ ‘প্ৰেম জনমে জনমে’ ছবিৰদ্বাৰা বোলছবি জগততো ভুমুকি মৰা চম্পক শৰ্মাই ‘ৰংমন’ ইত্যাদিকে ধৰি বহুকেইখন ছবিত অভিনয় কৰিছে। অসমৰ বিভিন্ন ভ্ৰাম্যমান নাট্যদলৰ বাবে দীৰ্ঘদিন ধৰি...