13 Jul গৱেষকৰ প্ৰাচুৰ্য আৰু দেশবোৰৰ প্ৰতিযোগিতা
ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) নামৰ এখন আয়োগ আছিল। এই আয়োগখনে এবাৰ এই শতিকাটোৰ আৰম্ভণি সময়ৰ এটা তথ্য প্ৰকাশ কৰিছিল যে— প্ৰতি নিযুত জনতাৰ বিপৰীতে আমাৰ দেশত গৱেষকৰ সংখ্যা ১১২ জন; আৰু তাৰ বিপৰীতে চীনৰ ৬৩৩ জন আৰু আমেৰিকাৰ ৪৩৭৪ জন৷ ইয়াকে অৱলম্বন কৰি...