১) আনৰ পৰা একো আশা নকৰিব৷ ২) আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক৷ ৩) নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক৷ সকলো ভাগি-ছিগি গ'লেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে৷ বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে৷ ৪) গুণগুণাই গান গাওক৷ প্ৰতিদিনে আপোনাৰ গা-ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত...