১) সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি...