লামডিঙৰ সাংস্কৃতিক সন্ধিয়াটোত জুবিন গাৰ্গে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ সম্পৰ্কে কি ক'ব সেয়া শুনিবলৈ অজস্ৰ মানুহে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল৷ অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰৰ আগমুহূৰ্তত নিউজ চেনেলসমূহেও এই উৎকণ্ঠা প্ৰকাশ কৰি আছিল৷ পাঁচ শতাধিক নিৰাপত্তাৰক্ষীয়ে অনুষ্ঠান পৰ্যবেক্ষণ কৰি থকা বুলি কোৱা হৈছিল৷ কোনোটোৰ মতে সেয়া...