[হোমেন বৰগোহাঞিয়ে তেওঁৰ সম্পাদিত কোনো কোনো কাকত-আলোচনীত প্ৰকাশ কৰা তেওঁৰ ‘প্ৰমা’ শিতানটোৰ মই এতিয়ালৈকে পঢ়া ত্ৰিশতাধিক লেখাৰ পৰা মোৰ অতি ভাল লগা কেইটিমান ইয়াত সংগ্ৰহ কৰিলোঁ।] (১) হীনমন্যতা অবিহনে মানুহ হোৱা অসম্ভৱ। হীনমন্যতাই হীনমন্যতা জয় কৰিবলৈ মানুহক অহৰহ তাগিদা দি থাকে। জীৱনৰ জয়লাভৰ সহস্ৰ পথ থাকে। প্ৰত্যেকটো...