ডিজিটেল ইণ্ডিয়া প্ৰকল্পলৈ গুগল, ফেচবুক আদিৰ পৰা ব্যাপক সঁহাৰি অহাৰ লগে লগে, কিছুমান কাকতত বিৰোধীতা কৰাৰ স্বাৰ্থত বিভিন্ন সাংবাদিক, সম্পাদক, স্তম্ভলেখক আদিয়ে বিভিন্ন লেখা লিখিছে। তেওঁলোকৰ লেখা বা প্ৰতিবেদনবোৰত পুঁজিবাদ, দাৰিদ্ৰ ইত্যাদি বিভিন্ন প্ৰসংগৰ লগতে চীনত যে গুগল, ফেচবুক আদি নিষিদ্ধ তাৰ কথাও মাজে মাজে...