15 Dec গণিতৰ মোৎজাৰ্ট : টেৰেন্স টাও
শ্ৰেণীকোঠা বা কোনো সভাকক্ষত শিক্ষকসকলে কেইবাশ বছৰ আগৰ কোনো গণিতজ্ঞৰ (বা বিজ্ঞানীৰ) বিষয়ে বক্তৃতা দি থাকিলে- সেই গণিতজ্ঞজনৰ প্ৰতিভা, তেওঁ দেখুৱাই দিয়া পদ্ধতিবোৰ কেনেকৈ আজি পৰ্যন্ত ব্যৱহাৰ হৈ আহিছে, হাজাৰ বছৰৰ পাছতো সেইবোৰ কিয় প্ৰয়োজন হৈ থাকিব, তেতিয়াও সেই পদ্ধতিবোৰ পাহৰি গ’লে অধ্যয়ন কেনেকৈ সীমাবদ্ধ...