16 Oct জনপ্ৰিয় চলচিত্ৰ পৰিচালক মুনিন বৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ (সাক্ষাৎগ্ৰহণ আৰু সংকলন: ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য)
অসমীয়া চলচিত্ৰলৈ নব্য-ভাবধাৰা আৰু কলা-কৌশল উপহাৰ দিয়া মুনিন বৰুৱাৰ প্ৰতিখন চলচিত্ৰত আছে সমাজব্যৱস্থাৰ প্ৰতি গভীৰ দায়িত্ববোধ, বিষয়বস্তুৰ গভীৰতা আৰু সুক্ষ্ম-পৰ্য্যবেক্ষণ, চৰিত্ৰসমূহৰ প্ৰতি গভীৰ মমত্ব আৰু মানৱীয় অনুকম্পা, কাহিনী কোৱাৰ অসামান্য ভংগী আৰু তত্বগধুৰ সংলাপ। জনপ্ৰিয় পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ বোলছবি ফাগুনীৰ (১৯৭৮ত মুক্তিপ্ৰাপ্ত) জৰিয়তে সহকাৰী পৰিচালক...