ওঠৰ শতিকাত তেতিয়াৰ কামৰূপত কায়স্থ বুলি পৰিচিত লোকসকলে সংখ্যা জড়িত সাঁথৰ কিছুমান চৰ্চা কৰিছিল। এইসমূহ প্ৰধানকৈ মুখে মুখে প্ৰচলন আছিল। কায়স্থসকলে চৰ্চা কৰা বুলি এইসমূহ “কাইথেলী অংক” নামে পৰিচিত হয়। সেই লোকসকলে কোনো কোনো ক্ষেত্ৰত সংখ্যা বুজাবলৈ চিহ্নৰ পৰিৱৰ্তে কিছুমান শব্দ ব্যৱহাৰ কৰিছিল। যেনে: ১...