(১১) কুকুৰ এটাই ভুকি থকা বাবে একলব্যই পাঁচপাত কাঁড় মাৰি কুকুৰটোৱে ভুকিব নোৱৰা কৰি দিছিল৷ তেওঁ ইমান বিচক্ষণতাৰে, কৌশলেৰে কামটো কৰিব পাৰিছিল যে তেনে কাম কৰিব পৰা মানুহ বিশ্বত তেওঁৰ বাহিৰে আৰু কোনো নাছিল৷ তাতোকৈ আচৰ্য্যকৰ কথাটো হ'ল তেওঁ সেই দক্ষতা অৰ্জন কৰিছিল সম্পূৰ্ণ নিজে প্ৰচুৰ...