টাইটেনিক (Titanic), ব্লাড ডায়েমণ্ড (Blood Diamond), দা এভিয়েটৰ (The Aviator), ইনচেপছন (Inception) আদি বহু-সমাদিত ছবিৰ মুখ্য অভিনেতা; দা ৰেভেনেণ্ট (The Revenant) নামৰ ছবিখনৰ বাবে ২০১৫ চনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বিজয়ী লিঅ’নাৰ্ডো ডি-কেপ্ৰিঅ’ই যোৱা মে’ মাহত তেওঁৰ ফেইচবুক পে’জটোত যাদৱ পায়েঙৰ কৰ্ম তথা জীৱন-কাহিনী সম্পৰ্কীয় এখনি...