ৰাতিপুৱা শুই উঠাৰ পাছত গা-পা ধুই যেতিয়া অ’ফিছৰ ফালে মই ৰাওনা হওঁ, তেতিয়া সদায় ট্ৰেইনত উঠাৰ আগতে Spotifyত থকা জুবিন দাৰ গানৰ এখন প্লে’লিষ্ট খুলি তেওঁৰ সুমধুৰ কণ্ঠৰ সোৱাদ লওঁ। প্ৰায় ২৫ মিনিটমানৰ ট্ৰেইন-যাত্ৰাটোত মোৰ লগত থাকে ‘জুবিন দা’ আৰু ভিয়েনা চহৰৰ মনোমোহা দৃশ্য। যেতিয়া...